
▶️ বাক্সাৰ মুছলপুৰস্থিত ভাৰতীয় ষ্টেট বেংকত বিয়াগোম কেলেংকাৰী
▶️ ২০২২ বৰ্ষৰ ভুৱা আধাৰকাৰ্ড, পানকাৰ্ড, আৰু নথিপত্ৰ দি ১৭ গৰাকী ব্যক্তিৰ নামত ঋণ দিয়া দেখুৱাই ধন আত্মসাৎ
▶️ পূৰ্বৰ শাখা পৰিচালক জ্যোতি প্ৰকাশ মিত্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
▶️ ১ কোটি ৩২ লাখ ৩৬ হাজাৰ ৭১৪ টকা প্ৰৱঞ্চনাৰে ধন আত্মসাৎ কৰিছিল জ্যোতি প্ৰকাশ মিত্ৰই
powered by Auto Youtube Summarize

